মৰাপাট নিগমৰ ক্ৰয় কেন্দ্ৰত অগ্নিকাণ্ড, ৬ কোটিৰো অধিক মূল্যৰ মৰাপাট ভস্মীভূত

  • গোৱালপাৰাৰ ভালুকডুবিত থকা ভাৰতীয় মৰাপাট নিগমৰ ক্ৰয় কেন্দ্ৰত অগ্নিকাণ্ড ।
  • কেন্দ্ৰটোত থকা বৃহৎ পৰিমাণৰ মৰাপাট ভস্মীভূত হয় এই জুইত ।
  • জুইত ভস্মীভূত হোৱা মৰাপাটৰ মূল্য ৬.৫ কোটিৰো অধিক ।
  • অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপন কৰে জুই।
  • এইপৰ্যন্ত জানিব পৰা হোৱা নাই কৰ পৰা সুত্ৰপাত হল জুই ।

The post মৰাপাট নিগমৰ ক্ৰয় কেন্দ্ৰত অগ্নিকাণ্ড, ৬ কোটিৰো অধিক মূল্যৰ মৰাপাট ভস্মীভূত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2rcXomx
via IFTTT

Comments