আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43

- ISRO-এ আজি মহাকাশলৈ প্ৰক্ষেপ কৰিব PSLV-C 43 ।
- ভাৰতীয় উপগ্ৰহ HysISৰ লগতে আন ২৯টা উপগ্ৰহ কঢ়িয়াই নিব PSLV-C 43-এ।
- ইয়াৰে ২৩টা উপগ্ৰহ আমেৰিকাৰ।
- পুৱা ৯.৫৮ বজাত শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা প্ৰক্ষেপণ কৰা হ’ব PSLV-C43 ।
The post আজি মহাকাশলৈ প্ৰক্ষেপ PSLV-C 43 appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PaMIOZ
via IFTTT
Comments
Post a Comment