২০১৯ বৰ্ষত অসম জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰকাশিত তালিকাত কাৰ কাৰ নাম

ডিজিটেল সংবাদ, গুৱাহাটীঃ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ে ২০১৯ বৰ্ষৰ অংকুৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰিছে। এই বৰ্ষটোত বিদ্যালয়খনত নামভৰ্তিৰ বাবে মুঠ ১২০ জন ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিছে। উল্লেখ্য যে, এই বিদ্যালয়খনত সন্তানক নামভৰ্তি কৰাবৰ বাবে সকলো অভিভাৱকৰে এক সপোন থাকে। বুধবাৰে নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ তালিকা প্ৰকাশ কৰি অংকুৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে ২ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আলোচনা সভাৰ বাবে পুৱা ৯.৩০ বজাত অভিভাৱকসকলক উপস্থিত থাকিবৰ বাবে অনুৰোধ জনোৱা হৈছে।

এই সভাত অংশ ল’বলৈ নিৰ্ধাৰিত সময়ৰ পূৰ্বে সন্তানসহ পিতৃ-মাতৃ দুয়ো উপস্থিত থকাতো বাঞ্চনীয়। অন্যাথাই তেওঁলোকৰ আসনসমূহ বাতিল কৰা হ’ব বুলি জনাইছে বিদ্যালয় কৰ্তৃপক্ষই। অৱশ্যে অপেক্ষা তালিকাত থকা প্ৰাৰ্থীসকলৰ অভিভাৱকে এই সভাত উপস্থিত থাকিব নালাগে। বিদ্যালয়খনৰ অংকুৰ শ্ৰেণীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া ৯ ডিচেম্বৰৰ পুৱা ১০ বজাৰ ১বজালৈ অনুষ্ঠিত হ’ব। নামভৰ্তিৰ সময়ত জন্মৰ চৰকাৰী প্ৰমাণ পত্ৰৰ লগতে প্ৰতিষেধক ছিটাৰ কাৰ্ডৰ মূল নথি নেদেখুৱালে আসন বাতিল কৰা হ’ব। এই সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষই জাৰি কৰা নিৰ্দেশনা এয়া।

  • ২০১৯ বৰ্ষৰ অসম জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীত নামভৰ্তিৰ বাবে নিৰ্বাচিত হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ নাম ক্ৰম অনুসৰিঃ 

  • স্নিগ্ধাশিখা লহকৰ
  • বিবেক শৰ্মা
  • প্ৰেৰণা দাস
  • ৰেইনী কাশ্যপ
  • অংশুমান কলিতা
  • দীক্ষিতা গোস্বামী
  • হৰদীপ কলিতা
  • ময়ুৰী শৰ্মা
  • পৰিধি প্ৰজ্ঞাৰঞ্জনী মানৱ
  • কল্লোল মজুমদাৰ
  • প্ৰীতম বৰা
  • হৃদয় নাথ
  • নিবিড় বণিয়া
  • হৃয়ান জ্যোতি বৈশ্য
  • কৌশিক ৰায়
  • নেইনিকা কলিতা
  • নিবিড় দাস
  • নিহাল হুছেইন
  • চৈয়দ আয়ান হুছেইন
  • দেবাঞ্জল চক্ৰৱৰ্তী
  • অনুষ্কা নাথ
  • যুৱৰাজ দাস
  • তনস্বী তনয়া
  • হৃষিতা বৈশ্য
  • তন্ময় কলিতা
  • শ্ৰুতি হাজৰিকা
  • হৰ্ষদীপ কাশ্যপ
  • ঐশ্বৰিক কাশ্যপ
  • প্ৰিঞ্চিপ্ৰিয়া কাকতি
  • তন্ময় ভূঞা
  • নিষ্টা ৰয়
  • মহাৰ্ণৱ বৰুৱা
  • নেহাস্মিতা বায়ন
  • মনশ্ৰী কলিতা
  • শ্ৰীয়া শৰ্মা
  • জ্যোতিষ্মান দাস
  • নৱনীতা শৰ্মা
  • ৰিয়ানৰাজ কাশ্যপ
  • হভিছ শৰ্মা
  • সাৰ্থিক জ্যোতি হীৰা
  • কস্তুৰী কলিতা
  • স্পৃহা নেওগ
  • নন্দিতা কলিতা
  • আকাশ জ্যোতি দাস
  • নাৱাজ আহমেদ
  • ধনজ্যোতি মহন্ত
  • কৃশিৱ কাশ্যপ
  • ছুহান হক
  • প্ৰেৰণা ৰাজবংশী
  • ৰাজনীল কাশ্যপ
  • ধ্যান অয়ন কাশ্যপ
  • প্ৰজ্ঞামণি বৰা
  • প্ৰাচুৰ্য্য কলিতা
  • নয়ন তৰা মেধী
  • অভিশ্ৰুতি তালুকদাৰ
  • কৃষ্ণিল গাৰ্গ
  • অৰিয়ন অনুভৱ কলিতা
  • মেধাংশ কলিতা
  • মহাৰ্ণব দত্ত
  • প্ৰথিত গোস্বামী
  • ঋষিকন্যা লাহন
  • প্ৰাচুৰ্য্য তালুকদাৰ
  • হৰ্ষিতা শৰ্মা
  • বিদয় গোস্বামী
  • দেবাঙ্গী বৰা
  • নৈ নৈব্যা বৰুৱা
  • অনুৰাগ দৰ্শন
  • বৰ্ণিল আকাশ বৰা
  • কৃষ্ণাজিতা দত্ত
  • অহিৰ বৰুৱা
  • ডুশানা ৰহমান
  • দৃষা ঠাকুৰীয়া
  • জেবা ৰাহাত ইছলাম
  • জানকী শৰ্মা
  • দীয়া নাথ
  • কৃতিৰূপা শৰ্মা
  • ভ্ৰুচাংগী কলিতা
  • দিশান কুমাৰ
  • হৃষিকেষ ভৰদ্বাজ
  • পালকিন হাজৰিকা
  • কৌস্তভ ডেকা
  • কৃষ্টি দাস
  • সুপ্ৰিয়ম কাশ্যপ
  • বিষ্ণুপ্ৰিয়া হাজৰিকা
  • ৰিষ্মিতা দাস
  • নাচৰিয়াত ইছলাম
  • বিদ্যাৰ্ণৱ কাশ্যপ
  • উদ্দীপন বৰ্মন
  • গৰিয়সী শৰ্মা
  • কৃষ্টিমান কলিতা
  • মাধুৰ্য্য পাঠক
  • কাব্যজ্যোতি বৰুৱা
  • হৃষীকেশ ডেকা
  • উদ্দীপনা দাস
  • অৰ্পিত চন মাৰাক
  • আয়ুশ্ৰী দিহিঙীয়া
  • ৰাজদীপ চৌধুৰী
  • বৰষা শৰ্মা
  • পাৰ্থপ্ৰতীম ডেকা
  • নীলাভ জ্যোতি কাশ্যপ
  • বনস্মিতা কাকতি
  • কৃস্তিনা দাস
  • হোমেন দাস
  • দেবাংগী বৰ্মন
  • ৰিতভিক তালুকদাৰ
  • ত্ৰিজ্ঞা বিজয় লস্কৰ
  • পৰিচিত শৰ্মা
  • অংশুমান বৰুৱা
  • পৰিস্মিতা হালৈ
  • পূৰৱ জ্যোতি দাস
  • নেহা পাটগিৰি
  • পল্লৱী ভাগৱতী
  • মোঃ আতিক ৰহমান
  • প্ৰাঞ্জল দাস
  • নৱনীত ভৰদ্বাজ
  • অনুধৃতি বৰঠাকুৰ
  • ৰুংচেং ৰাইহান কাশ্যপ
  • বভ্ৰৱী গোস্বামী
  • প্ৰতিক্ষা সাহা
  • নিবিড় অৰণ্য দাস

The post ২০১৯ বৰ্ষত অসম জাতীয় বিদ্যালয়ৰ অংকুৰ শ্ৰেণীৰ নামভৰ্তিৰ বাবে প্ৰকাশিত তালিকাত কাৰ কাৰ নাম appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2QocsM9
via IFTTT

Comments