পশ্চিম বংগত বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃত্যু

- পশ্চিম বংগৰ নদিয়াত বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃত্যু।
- নদিয়া জিলাৰ শান্তিপুৰ থানাৰ চৌধুৰীপাৰাত এই অঘটন।
- বিষাক্ত সুৰা সেৱন কৰি ১১ জন লোক গুৰুতৰভাৱে অসুস্থ।
- স্থানীয় এজন লোকে সুৰা প্ৰস্তুত কৰি বিক্ৰী কৰিছিল ঘৰত।
- মঙলবাৰৰ আবেলি সুৰা সেৱন কৰিছিল মৃত লোককেইজনে।
- এই ঘটনাৰ পাছতে ৰাজ্যখনৰ ১১ গৰাকী আবকাৰী বিষয়াক নিলম্বন কৰিছে পশ্চিম বংগ চৰকাৰে।
- মৃত লোকসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ এককালীন সাহাৰ্য ঘোষণা।
- এই ঘটনাৰ চি আই ডি তদন্ত দিছে মমতা বেনাৰ্জী চৰকাৰে।
The post পশ্চিম বংগত বিষাক্ত সুৰা সেৱন কৰি ৮জনৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DPBgGe
via IFTTT
Comments
Post a Comment