যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ ২ শিশুৰ মৃত্যু

  • যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ অঘটন।
  • পুৱতি নিশা পুনৰ দুটাকৈ সদ্যজাত শিশুৰ মৃত্যু ।
  • বুধবাৰেও চিকিৎসালয় খনত মৃত্যু হৈছিল এগৰাকীৰ প্ৰসুতিৰ লগতে দুই শিশু ।
  • অস্ত্ৰোপ্ৰচাৰ হোৱাৰ পাছতে মৃত্যু শিশু দুটা
  • চিকিৎসকৰ মতে নাৰ্ছৰ অভাৱত মৃত্যু হৈছে শিশু ।
  • ৪ দিন ধৰি কৰ্মবিৰতিত আছে নাৰ্ছসকল ।
  • হাহাকাৰ পৰিস্থিতি ৰাজ্যৰ চিকিৎসালয়সমূহত ।

The post যোৰহাট চিকিৎসা মহাবিদ্যালয়ত পুনৰ ২ শিশুৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Sk6v0d
via IFTTT

Comments