ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত বিধ্বংসী অগ্নিকাণ্ড

- ধুবুৰীৰ ভাৰত-বাংলা সীমান্তৰ চৰ কুমাৰঘাটি গাঁৱত বুধবাৰে নিশা বিধ্বংসী অগ্নিকাণ্ড।
- নুৰুল হক নামৰ এজন লোকৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
- ৰান্ধনীঘৰৰ পৰা সূত্ৰপাত হয় জুই ।
- জুইত জাহ গ’ল তিনিটা ঘৰৰ লগতে ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী।
The post ধুবুৰীৰ ভাৰত-বাংলা সীমান্তত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q4rrvB
via IFTTT
Comments
Post a Comment