৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল

  • অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভূমিকম্প।
  • বিয়লি ৩.৪৭ বজাত অনুভূত হৈছিল কম্পন।
  • ৰিখতাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৫।
  • এতিয়ালৈকে কোনো ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই।
  • ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ভাৰত ম্যানমাৰ।

The post ৫.৫ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P5VtcT
via IFTTT

Comments