তামিলনাডুত জব্দ বৃহৎ পৰিমাণৰ সুৰা

- তামিলনাডুৰ ৰামেশ্বৰমত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ ।
- এখন গাড়ীৰ পৰা এই সুৰাখিনি জব্দ কৰে আৰক্ষীয়ে ।
- জব্দকৃত ৯০০ সুৰা বটলৰ বটলৰ মূল্য প্ৰায় ৬ লাখ টকা ।
- সুৰাৰ সৈতে তিনিজন লোককো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
The post তামিলনাডুত জব্দ বৃহৎ পৰিমাণৰ সুৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2E2FFqb
via IFTTT
Comments
Post a Comment