যোৰহাট চিকিত্সা মহাবিদ্যালয় চিকিৎসালয়ত পুনৰ প্ৰসূতিসহ নৱজাতকৰ মৃত্যু

- যোৰহাট চিকিত্সা মহাবিদ্যালয় চিকিৎসালয়ত পুনৰ প্ৰসূতিসহ নৱজাতকৰ মৃত্যু।
- সন্তানসহ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম মনু পগাগ।
- আজি পুৱতিনিশা চিকিৎসালয়খনত মৃত্যু হৈছিল দুটি সদ্যোজাত শিশুৰ।
- বুধবাৰেও মৃত্যু হৈছিল এগৰাকী প্ৰসূতিসহ দুটি শিশুৰ।
- দুদিনত চিকিৎসালয়খনত মৃত্যু দুগৰাকী প্ৰসূতিৰ লগতে ৫টি সদ্যোজাত শিশুৰ।
- ইফালে, বিভিন্ন দাবীত প্ৰতিবাদ অব্যাহত ৰখা চিকিৎসালয়ৰ নাৰ্ছসকলক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
The post যোৰহাট চিকিত্সা মহাবিদ্যালয় চিকিৎসালয়ত পুনৰ প্ৰসূতিসহ নৱজাতকৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2RrKCw4
via IFTTT
Comments
Post a Comment