গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা ব্যাহত

- গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা ব্যাহত।
- ঘন কুঁৱলীৰ বাবে ফেৰী চলাচলত অসুবিধা।
- পাৰঘাটতে আবদ্ধ বহু ছাত্ৰ-ছাত্ৰীৰ লগতে যাত্ৰী।
- এইপৰ্যন্ত যাত্ৰা কৰিব পৰা নাই পুৱা ৬.১৫ বজাতে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যাবলগীয়া ফেৰী।
The post গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা ব্যাহত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2KGH72e
via IFTTT
Comments
Post a Comment