ৰহাত গুণোৎসৱত ৰাজ্যৰ বিত্ত আয়ুক্ত শ্যাম জগন্নাথনৰ অংশ গ্ৰহণ

ডিজিটেল সংবাদ, ৰহাঃ ৰাজ্যজুৰি বুধবাৰৰ পৰা অনুষ্ঠিত হৈছে দ্বিতীয় বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ। এই গুণোৎসৱত বিত্ত আয়ুক্তগৰাকীয়ে বৃহস্পতিবাৰে পুৱা ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ গুণোৎসৱৰ পৰ্যবেক্ষণ কৰে। বিষয়াগৰাকীয়ে লগতে বিদ্যালয়খনৰ আন্তঃগাঁথনি পৰ্যবেক্ষণ কৰি ইয়াৰ উন্নয়নৰ বাবে ব্যৱস্থা ল’ব বুলিও জানিব দিয়ে৷
The post ৰহাত গুণোৎসৱত ৰাজ্যৰ বিত্ত আয়ুক্ত শ্যাম জগন্নাথনৰ অংশ গ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SBBu95
via IFTTT
Comments
Post a Comment