লতাশিল এল পি স্কুলত শিক্ষকৰ ৰূপত শিক্ষামন্ত্ৰী

- ৰাজ্যত বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ দ্বিতীয় দিন।
- শিক্ষক ৰূপত দেখা গ’ল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক।
- গুণোৎসৱ উপলক্ষে মহানগৰীৰ লতাশিল এল পি স্কুলত উপস্থিত শিক্ষামন্ত্ৰীগৰাকী।
- কণ কণ শিক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰিলে শিক্ষামন্ত্ৰীগৰাকীয়ে।
- বিদ্যালয়ৰ আন্তগাঁথনি সম্পৰ্কেও বুজ ল’লে ভট্টাচাৰ্যই।
- দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱে গুৱাহাটীসহ সামৰি লৈছে ১৭জন জিলা।
The post লতাশিল এল পি স্কুলত শিক্ষকৰ ৰূপত শিক্ষামন্ত্ৰী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P1Lv12
via IFTTT
Comments
Post a Comment