জনতা ভৱনত সদৌ অসম মুৰব্বী আমোলা সন্থাৰ প্ৰতিবাদ

- জনতা ভৱনৰ কৰ্মচাৰীৰ সমহাৰত দৰমহা প্ৰদানৰ দাবীত সদৌ অসম মুৰব্বী আমোলা সন্থাৰ প্ৰতিবাদ।
- বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কৰ্মবিৰতিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে সন্থাটোৱে।
- প্ৰতিবাদৰ ফলত অচল হৈ পৰিছে চৰকাৰী মুখ্য কাৰ্যালয়ৰ কাম-কাজ।
- সপ্তম দৰমহা আয়োগৰ আসোঁৱাহ সমিতিয়ে মুৰব্বী আমোলা সন্থাৰ সমস্যা সমাধান নকৰাৰ অভিযোগ।
- পদোন্নতি ক্ষীপ্ৰ কৰা, চৰকাৰী খালী পদবোৰ পূৰণৰো দাবী প্ৰতিবাদকাৰীৰ।
The post জনতা ভৱনত সদৌ অসম মুৰব্বী আমোলা সন্থাৰ প্ৰতিবাদ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zi7cPG
via IFTTT
Comments
Post a Comment