জম্মু-কাশ্মীৰত সংবাদ মাধ্যমৰ বাহনত শিলাবৰ্ষণ, চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে পুৱাই জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘটিত হোৱা গুলীচালনাত নিহত হয় দুই সন্ত্ৰাসবাদী। এই ঘটনাৰ বিষয়ে অধিক বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সংবাদ মাধ্যমৰ এখন বাহনত স্থানীয় ৰাইজে শিলেৰে আক্ৰমণ কৰে। জম্মু-কাশ্মীৰৰ বাগডামত হোৱা এই আক্ৰমণত বাহনখনৰ সমুখৰ ভাগত কিছু ক্ষয়ক্ষতি হয়। চাওঁক অঞ্চলটোৰ স্থানীয় বাসিন্দাই সংবাদমাধ্যমৰ বাহনখনৰ ওপৰত কৰা শিলাবৰ্ষণৰ ভিডিঅ’-
#WATCH ANI OB (Outdoor Broadcasting) van damaged as locals pelt stones on vehicles after two terrorists were gunned down by security forces in Zagoo Arizal area of Budgam #JammuAndKashmir pic.twitter.com/vhYk2Mw0Em
— ANI (@ANI) November 1, 2018
The post জম্মু-কাশ্মীৰত সংবাদ মাধ্যমৰ বাহনত শিলাবৰ্ষণ, চাওঁক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CTuTRO
via IFTTT
Comments
Post a Comment