মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী

- মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনা।
- ইণ্ডিয়া ক্লাৱৰ সমীপত এই দুৰ্ঘটনা।
- এখন বলেৰ’ আৰু বাইকৰ মাজত সংঘৰ্ষ।
- দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাইক আৰোহীজন।
- আহত বাইক আৰোহীজনৰ নাম চেংডুৱং টুংয়ং।
- আহত চেংডুৱঙত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ।
The post মাৰ্ঘেৰিটাত পথ দুৰ্ঘটনা, আহত বাইক আৰোহী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AGadv4
via IFTTT
Comments
Post a Comment