বৰক্ষেত্ৰীত বস্তাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ

- বৰক্ষেত্ৰীৰ আদাবাৰীত বৃহস্পতিবাৰে নৱজাতকৰ মৃতদেহ উদ্ধাৰ।
- বাঘেশ্বৰী মন্দিৰৰ সমীপত উদ্ধাৰ হৈছে শিশুটিৰ মৃতদেহ।
- এটা বস্তাৰ ভিতৰত মৃত শিশুটি প্ৰত্যক্ষ কৰে স্থানীয় লোকে।
- ঘটনাস্থলীত মুকালমুৱা আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে শিশুটি মৃতদেহ।
The post বৰক্ষেত্ৰীত বস্তাত উদ্ধাৰ নৱজাতকৰ মৃতদেহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2ziLx9X
via IFTTT
Comments
Post a Comment