হোজাইৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি

- হোজাইৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি।
- মহিলা গ্ৰাহকৰ গাত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীয়ে হাত দিয়াৰ অভিযোগ।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।
- শ্ব’পিং মলখনৰ কৰ্মচাৰীসহ দুজনক আটক কৰিছে আৰক্ষীয়ে।
The post হোজাইৰ বিশাল মেগা মাৰ্টত উত্তপ্ত পৰিস্থিতি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PA3sTI
via IFTTT
Comments
Post a Comment