গহপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু

- গহপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু।
- গুৱাহাটীত চিকিত্সাধীন অৱস্থাত মৃত্যু হয় মহিলাগৰাকীৰ।
- মৃত ৩২ বছৰীয়া মহিলাগৰাকীৰ নাম স্বাতী তালুকদাৰ।
- গহপুৰৰ ডফলাগড় চাহ বাগিচাৰ বাসিন্দা মৃত মহিলাগৰাকী।
The post গহপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এগৰাকী মহিলাৰ মৃত্যু appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q6NAoQ
via IFTTT
Comments
Post a Comment