এ পি এছ চি গোচৰৰ নতুন চৰকাৰী অধিবক্তা প্ৰদ্যুৎ বৰা

  • এ পি এছ চি গোচৰৰ নতুন চৰকাৰী অধিবক্তা নিযুক্তি।
  • জ্যেষ্ঠ অধিবক্তা প্ৰদ্যুৎ বৰাক দিয়া হৈছে এই গোচৰৰ দায়িত্ব।
  • পূৰ্বতে এই গোচৰৰ চৰকাৰী অধিবক্তা আছিল বিজন মহাজন।
  • কিছুদিনৰ পূৰ্বে এই দায়িত্বৰ পৰা অব্যাহতি লৈছিল মহাজনে।
  • এতিয়াৰ পৰা এ পি এছ চি গোচৰত চৰকাৰী পক্ষৰ হৈ ওকালতি কৰিব প্ৰদ্যুৎ বৰাই।

The post এ পি এছ চি গোচৰৰ নতুন চৰকাৰী অধিবক্তা প্ৰদ্যুৎ বৰা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q8teLZ
via IFTTT

Comments