উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰীসকলৰ বাবে সুখবৰ

  • উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰীসকলৰ বাবে সুখবৰ।
  • অসম ৰাজ্যিক পৰিবহন নিগমৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • যাত্ৰীসকলৰ সুবিধা হোৱাকৈ বাছ চলোৱাৰ সিদ্ধান্ত এ এছ টি চিৰ।
  • দৌল গোবিন্দ মন্দিৰৰ পৰা মাজগাঁও ফেৰীঘাটৰ মাজত চলিব বাছ।
  • চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে যাত্ৰাৰ ক্ষেত্ৰত বহুটো অসুবিধা দূৰ হব অঞ্চলটোৰ লোকসকলৰ।

The post উত্তৰ গুৱাহাটীৰ ফেৰী যাত্ৰীসকলৰ বাবে সুখবৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2EOf3L2
via IFTTT

Comments