ইচ্ছা অনুযায়ী কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী
- অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী প্ৰেৰণ।
- নাগৰিক পঞ্জী আৰু ডি ভোটাৰক লৈ জাননী প্ৰেৰণ কৰিলে ন্যয়ালয়ে।
- ইচ্ছা অনুযায়ী কোনো ব্যক্তিক আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে চৰকাৰে।
- কোনো ব্যক্তিক আটক কৰাৰ পূৰ্বেই সিদ্ধান্ত ল’ব লাগিব অসম চৰকাৰে।
- ইচ্ছা অবিহনে কাকো আটক কৰিব নোৱাৰে চৰকাৰে।
- মৌলিক অধিকাৰ প্ৰদান কৰা উচিত তেওঁলোককো।
The post ইচ্ছা অনুযায়ী কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী appeared first on Gana Adhikar.
from Gana Adhikar https://ift.tt/2PxLhyb
via IFTTT
Comments
Post a Comment