বিজেপিয়ে বিচাৰিলেও পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নকৰে অগপই !

  • বিজেপিৰে মিত্ৰতা বিধানসভা নিৰ্বাচনলৈকেহে আছিল।’
  • ‘বিজেপিয়ে বিচাৰিলেও পঞ্চায়ত নিৰ্বাচনত অগপই মিত্ৰতা নকৰে বিজেপিৰে।’
  • ‘চৰকাৰী আঁচনিৰ জৰিয়তে বিজেপিয়ে দলৰ প্ৰচাৰ চলাইছে।’
  • অসম গণ পৰিষদৰ বিধায়ক পবীন্দ্ৰ ডেকাই মঙলবাৰে এনেদৰে কটাক্ষ কৰে বিজেপিক।
  • পঞ্চায়ত নিৰ্বাচনত অকলেই অসম গণ পৰিষদে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলিও মন্তব্য কৰে ডেকাই ।
  • বৃদ্ধ পেন্সনৰ জৰিয়তে বিজেপিয়ে দলত কৰ্মী অন্তৰ্ভুক্তিৰ চেষ্টা চলাইছে বুলিও মন্তব্য কৰে বিধায়কজনে।

The post বিজেপিয়ে বিচাৰিলেও পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা নকৰে অগপই ! appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q7ghlt
via IFTTT

Comments