খুমটাইত বলাৎকাৰৰ অভিযোগত আটক এজন

- খুমটাইতত জঘন্য ঘটনা।
- কিশোৰীক বলাত্কাৰ লম্পটৰ।
- দ্বিজেন তাঁতী নামৰ এজন লোকৰ বিৰুদ্ধ বলাত্কাৰৰ অভিযোগ।
- স্থানীয় ৰাইজে কৰায়ত্ব কৰে অভিযুক্ত দ্বিজেন তাঁতীক।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত।
- আৰক্ষীয়ে আটক কৰে অভিযুক্ত দ্বিজেন তাঁতীক।
The post খুমটাইত বলাৎকাৰৰ অভিযোগত আটক এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OfyfRl
via IFTTT
Comments
Post a Comment