চৰ্দাৰ বল্লভ ভাই পেটেলৰ ‘ষ্টেছু অৱ ইউনিটি’, জন্মদিনত শ্ৰদ্ধাঞ্জলী গুজৰাট চৰকাৰৰ

  • বুধবাৰে গুজৰাটত উন্মোচন কৰা হ’ব ‘ষ্টেছু অৱ ইউনিটি’।
  • চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনটোতে উন্মোচিত হ’ব বল্লভ ভাইৰ সুবিশাল প্ৰতিমূৰ্তি।
  • ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰা হৈছে গুজৰাটৰ ৰাজপিপলাত।
  • ৰাম ভি সূতুৰে নিৰ্মাণ কৰি উলিয়াইছে সুবিশাল প্ৰতিমূৰ্তিটো।
  • স্বাধীনতাৰ যুুঁজত শ্বহীদ হোৱা বীৰগৰাকীৰ স্মৰণত গুজৰাট চৰকাৰে নিৰ্মাণ কৰিছে প্ৰতিমূৰ্তিটো।
  • ২০১৩ চনৰ ৩১ অক্টোবৰতে ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ আৰম্ভ কৰা হৈছিল প্ৰতিমূৰ্তিটোৰ।

The post চৰ্দাৰ বল্লভ ভাই পেটেলৰ ‘ষ্টেছু অৱ ইউনিটি’, জন্মদিনত শ্ৰদ্ধাঞ্জলী গুজৰাট চৰকাৰৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qh1kSI
via IFTTT

Comments