টিয়কত বিভিন্ন সংগঠন তথা ৰাইজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

- ১০ বছৰ অতিক্ৰম কৰিলে ৰাজ্য কঁপাই যোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাই।
- ৰাজ্যৰ বিভিন্ন প্ৰান্তত মৃতকলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন।
- যোৰহাটৰ টিয়কত বিভিন্ন সংগঠন তথা ৰাইজৰ উদ্যোগত মৃতকক স্মৰণ।
- টিয়কৰ এ এছ টি চিৰ কাৰ্যালয়ৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।
- টিয়ক আঞ্চলিক ছাত্র সন্থা, যুৱ ছাত্ৰ পৰিষদ, লাচিত সেনা, টি এম পি কেৰ লগতে স্থানীয় ৰাইজৰ উদ্যোগ।
- শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিগন্ত বৰা।
- স্থানীয় বহু ৰাইজৰ লগতে বহু সংগঠনৰ নেতৃত্বও উপস্থিত থাকে এই অনুষ্ঠানত।
The post টিয়কত বিভিন্ন সংগঠন তথা ৰাইজৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2P0jYNA
via IFTTT
Comments
Post a Comment