‘ষ্টেছু অৱ ইউনিটি’ৰ মুকলিৰ কিছু দৃশ্যাংশ

চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩ সংখ্যক জন্মদিনৰ দিনাই তেওঁৰ ৫৯৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি মুকলি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে ষ্টেছু অৱ ইউনিটি।

বিশ্বৰ ভিতৰতে সবাতকৈ উচ্চ প্ৰতিমূৰ্তিটো নৰ্মদা নদীৰ পাৰত অৱস্থিত।

মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা সময়তে এনে এটা প্ৰতিমূৰ্তি নিৰ্মাণৰ কথা ভাৱিছিল।

প্ৰতিমূৰ্তি উদ্বোধন কৰি জন্মদিনত চৰ্দাৰ বল্লভ ভাই পেটেলক স্মৰণ প্ৰধানমন্ত্ৰীৰ।

এই দিনটোক ঐতিহাসিক আখ্যা প্ৰধানমন্ত্ৰীৰ।

আধুনিক ভাৰত গঢ়াত বল্লভ ভাই পেটেল আছিল মূল খনিকৰ।

মুকলি অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন।

সজাই তোলা হৈছিল নৰ্মদা নদীৰ পাৰত থকা ৰাজপিপলাৰ কেৱাদিয়াৰ চৌপাশ।

The post ‘ষ্টেছু অৱ ইউনিটি’ৰ মুকলিৰ কিছু দৃশ্যাংশ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SDcyOu
via IFTTT

Comments