ধুবুৰীত ৪০ লাখ টকাৰ অবৈধ ফটকা জব্দ

  • দীপাৱলীৰ প্ৰাকমুহূৰ্তত অসম আৰক্ষীৰ সফলতা।
  • বুধবাৰে ধুবুৰী জিলাৰ চাপৰত জব্দ ফটকাভৰ্তি এখন ট্ৰাক।
  • পশ্চিম বংগৰ পৰা বৰপেটা অভিমুখে অবৈধভাৱে ট্ৰাকখনেৰে অনা হৈছিল ফটকাখিনি।
  • প্ৰায় ৪০ লাখ টকাৰ ফটকা আছিল ট্ৰাকখনত।
  • ট্ৰাকখনৰ চালক মান্নাফ আলী আৰু হেণ্ডিমেন মইদুল ইছলামক আটক কৰে আৰক্ষীয়ে।

The post ধুবুৰীত ৪০ লাখ টকাৰ অবৈধ ফটকা জব্দ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yIiPA6
via IFTTT

Comments