ডিটেনশ্যন কেম্পত প্ৰদান কৰিবলগীয়া সা-সুবিধাক লৈ অসম চৰকাৰক প্ৰশ্ন উচ্চতম ন্যয়ালয়ৰ

- অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী।
- বিভিন্ন ডিটেনশ্যন কেম্পত ৰখা বিদেশী নাগৰিকসকলক লৈ জাননী প্ৰেৰণ ন্যায়ালয়ৰ।
- বিদেশী নাগৰিকসকলৰ পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপনৰ সময় সীমা বিচাৰিলে অসম চৰকাৰৰ পৰা।
- ডিটেনশ্যন কেম্প সমূহত প্ৰয়োজন চিকিৎসা সেৱা, গেছ আদিৰ যোগান ধৰা হৈছে নে নাই?
- তাক লৈও প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ।
The post ডিটেনশ্যন কেম্পত প্ৰদান কৰিবলগীয়া সা-সুবিধাক লৈ অসম চৰকাৰক প্ৰশ্ন উচ্চতম ন্যয়ালয়ৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JqxBPU
via IFTTT
Comments
Post a Comment