ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ৩টাকৈ বাসগৃহ

- ধুবুৰী-বঙাইগাঁও সীমান্তৱৰ্তী ঝাউকুৰাত বিধ্বংসী অগ্নিকাণ্ড।
- ঝাউকুৰাৰ ২য় খণ্ডৰ ধুনিৰ চৰত নিশা এই অগ্নিকাণ্ডত সূত্ৰপাত হয়।
- ছাহাৰুদ্দিন শ্বেখ নামৰ ব্যক্তিজনৰ ঘৰত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি জানিব পৰা গৈছে।
- বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত তিনিটা বাসগৃহ।
- ২০ লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ লগতে বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ।
- চাকিৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ একাংশ ৰাইজৰ।
The post ধুবুৰীত বিধ্বংসী অগ্নিকাণ্ড, জাহ গ’ল ৩টাকৈ বাসগৃহ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CRN4as
via IFTTT
Comments
Post a Comment