ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৩০/১০ত নিহতসকলক স্মৰণ

- ৩০ অক্টোবৰৰ ক’লা দিনক সুঁৱৰি চাকি জ্বলাই স্মৰণ।
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু স্নাতকোত্তৰ ছাত্র সন্থাৰ উদ্যোগত স্মৰণ কৰা হ’ল ক’লা দিনটো।
- বিশ্ববিদ্যালয়খনৰ চৌহদত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিলে আছু গোট আৰু স্নাতকোত্তৰ ছাত্র সন্থাই।
- শিক্ষক-শিক্ষয়ত্ৰী, ছাত্র-ছাত্ৰীৰ লগতে অন্যান্য বহুলোকৰ অংশগ্ৰহণ।
- নিহত সকলৰ আত্মাৰ শান্তিৰ বাবে মৌন প্ৰাৰ্থনা কৰে ছাত্র-ছাত্ৰীসকলে।
- ২০০৮ চনৰ আজিৰ দিনটোতে ধাৰাবাহিক বোমা বিস্ফোৰণ ঘটিছিল গণেশগুৰি, কাছাৰী, বৰপেটাৰোড আৰু বঙাইগাঁৱত।
- বিস্পোৰণত নিহত হৈছিল বহু লোক।
- চিৰদিনৰ বাবে ঘুণীয়া হৈ পৰিছিল অৰ্ধশতাধিক।
The post ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ৩০/১০ত নিহতসকলক স্মৰণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Of7qwA
via IFTTT
Comments
Post a Comment