ষ্টেছু অৱ ইউনিটি মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে, চাওক VIDEO

  • ষ্টেছু অৱ ইউনিটি আনুষ্ঠানিক ভাৱে মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে।
  • গুজৰাটত নিৰ্মাণ কৰা হৈছিল বিশ্বৰ ভিতৰতে সৰ্বোচ্ছ এই প্ৰতিমূৰ্তি।

  • চৰ্দাৰ বল্লৱ ভাই পেটেলৰ এই প্ৰতিমূৰ্তিটো তেওঁৰ জন্মদিনতে উন্মোচন কৰে নৰেন্দ্ৰ মোদীয়ে।
  • গুজৰাটৰ নৰ্মদা নদীৰ পাৰৰ কেৱাদিয়াত নিৰ্মাণ কৰা হৈছিল ১৮২ মিটাৰ উচ্চতাৰ প্ৰতিমূৰ্তিটো।
  • বিশ্বৰ ভিতৰতে সবাতকৈ উচ্চ এই প্ৰতিমূৰ্তি।

The post ষ্টেছু অৱ ইউনিটি মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে, চাওক VIDEO appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PyNNEe
via IFTTT

Comments