শৰাইঘাট দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ

- বুধবাৰে শৰাইঘাট দলঙৰ তলত এজন লোকৰ মৃতদেহ উদ্ধাৰ।
- স্থানীয় ৰাইজে লুইতত মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে নদী আৰক্ষীক।
- নদী আৰক্ষীয়ে মৃতদেহ প্ৰেৰণ কৰে জি এম চি এইচ লৈ।
- বৰ্তমানলৈ জানিব পৰা হোৱা নাই মৃত লোকজনৰ পৰিচয়।
- মৃত লোকজনৰ আনুমানিক বয়স ৪০ বছৰ।
- লোকজনৰ পিন্ধনত আছিল পেণ্ট আৰু ক’লা ৰঙৰ ছাৰ্ট।
The post শৰাইঘাট দলঙৰ তলত অচিনাক্ত মৃতদেহ উদ্ধাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zgAZYV
via IFTTT
Comments
Post a Comment