বোকাখাতত বন্যহস্তীৰ আক্ৰমণত আহত বনকৰ্মী

  • বোকাখাতৰ বৰভেটাত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন বনকৰ্মী।
  • আহত বনকৰ্মীজনৰ নাম প্ৰণৱ কলিতা।
  • যোৰহাট চিকিত্‍সা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বনকৰ্মীজন।
  • নিশা হাতী খেদিবলৈ যোৱাৰ সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে প্ৰণৱ কলিতাক।
  • বোকাখাতৰ খণ্ড বন কাৰ্যালয়ৰ কৰ্মী প্ৰণৱ কলিতা।
  • বনকৰ্মীজনৰ ঘৰ লখৌজানত।

The post বোকাখাতত বন্যহস্তীৰ আক্ৰমণত আহত বনকৰ্মী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yKVTzY
via IFTTT

Comments