মন গ’লেই কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী

  • অসম চৰকাৰলৈ উচ্চতম ন্যায়ালয়ৰ জাননী প্ৰেৰণ।
  • নাগৰিক পঞ্জী আৰু ডি ভোটাৰক লৈ জাননী প্ৰেৰণ কৰিলে ন্যয়ালয়ে।
  • ইচ্ছা অনুযায়ী কোনো ব্যক্তিক আটক কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে চৰকাৰে।
  • কোনো ব্যক্তিক আটক কৰাৰ পূৰ্বেই সিদ্ধান্ত ল’ব লাগিব অসম চৰকাৰে।
  • ইচ্ছা অবিহনে কাকো আটক কৰিব নোৱাৰে চৰকাৰে।
  • মৌলিক অধিকাৰ প্ৰদান কৰা উচিত তেওঁলোককো।

The post মন গ’লেই কাকো ডিটেশ্যন কেম্পলৈ প্ৰেৰণ কৰিব নোৱাৰে অসম চৰকাৰেঃ উচ্চতম ন্যায়ালয়ৰ জাননী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CQ0RhU
via IFTTT

Comments