মহানগৰীৰ আই এছ বি টিত ছাডেন ভিজিট উপ-সঞ্চালক হৰিচৰণ বড়োৰ

  • গুৱাহাটী মহানগৰীৰ আই এছ বি টিত উপ-সঞ্চালক হৰিচৰণ বড়োৰ ছাডেন ভিজিট।
  • আই এছ বি টিৰ এএছটিচিৰ কাৰ্যালয়ত ছাডেন ভিজিট উপ-সঞ্চালকগৰাকীৰ।
  • কাৰ্যালয়টোৰ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় পৰিদৰ্শন।
  • পঞ্জীয়ন বহীত বিসংগতি হোৱাৰ অভিযোগ।
  • কাৰ্যালয়ৰ কোঠাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰে বিষয়াগৰাকীয়ে।

The post মহানগৰীৰ আই এছ বি টিত ছাডেন ভিজিট উপ-সঞ্চালক হৰিচৰণ বড়োৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2AA7YcI
via IFTTT

Comments