চিৰাঙত এনডিএফবি(এছ)ৰ কেডাৰ আটক

  • বুধবাৰে চিৰাঙৰ বেংতলত এনডিএফবি(এছ)ৰ কেডাৰ আটক।
  • সেনা-আৰক্ষীৰ অভিযানত আটক হোৱা কেডাৰজনৰ নাম ৰুংবাং মুছাহাৰী।
  • কেডাৰজনৰ পৰা এটা একে ৪৭ আৰু এটা মাৰ্কিন এম ২ কাৰ্বাইন জব্দ কৰা হৈছে।
  • ধৃত কেডাৰজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

The post চিৰাঙত এনডিএফবি(এছ)ৰ কেডাৰ আটক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DdiLMq
via IFTTT

Comments