কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাকৈ ৱেবচাইটত প্ৰকাশ কৰিব লাগিব ৰাফেল বিমান ক্ৰয়ৰ তথ্য

  • ৰাফেল বিমান ক্ৰয় কেলেংকাৰীক লৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা।
  • কেন্দ্ৰীয় চৰকাৰক ৰাফেল চুক্তিৰ সকলো তথ্য প্ৰকাশ কৰিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ।
  • ৰাফেল ক্ৰয় মূল্যৰ লগতে সকলো তথ্য বন্ধ খামৰ ভিতৰত জমা দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ।
  • ১০ দিনৰ ভিতৰত উচ্চতম ন্যায়ালয়ত জমা দিব লাগিব কেন্দ্ৰীয় চৰকাৰে।
  • সৰ্বসাধাৰণে পোৱাকৈ ৱেবচাইট যোগেও তথ্যসমূহ প্ৰকাশ কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে।

The post কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱাকৈ ৱেবচাইটত প্ৰকাশ কৰিব লাগিব ৰাফেল বিমান ক্ৰয়ৰ তথ্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Pwiqu9
via IFTTT

Comments