প্ৰিয়াৰ বিৰুদ্ধে আকবৰৰ মানহানিৰ গোচৰ, ১২ নৱেম্বৰত হ’ব আদালতৰ শুনানি

- সাংবাদিক প্ৰিয়া ৰমণীৰ বিৰুদ্ধে এম জে আকবৰৰ মানহানিৰ গোচৰ।
- ১২ নৱেম্বৰত শুনানি গ্ৰহণ কৰিব দিল্লীৰ পাটিয়ালা হাউচ আদালতে।
- কিছু দিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল এম জে আকবৰে।
- #MeTooৰ জৰিয়তে প্ৰিয়া ৰমণীয়ে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আকবৰৰ বিৰুদ্ধে।
- তাৰ পিছতে কংগ্ৰেছ সহ আন বিৰোধী দলে পদত্যাগৰ দাবী উত্থাপন কৰিছিল আকবৰৰ।
- নাইজেৰিয়া ভ্ৰমণৰ পিছতে মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল এম জে আকবৰে।
The post প্ৰিয়াৰ বিৰুদ্ধে আকবৰৰ মানহানিৰ গোচৰ, ১২ নৱেম্বৰত হ’ব আদালতৰ শুনানি appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Ohxg2L
via IFTTT
Comments
Post a Comment