পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু অগপ

  • আজি অসম গণ পৰিষদৰ কাৰ্যনিৰ্বাহক বৈঠক।
  • পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে আঞ্চলিক দলটো।
  • পঞ্চায়ত নিৰ্বাচন সম্পৰ্কে আঞ্চলিক দলটোৱে আলোচনা কৰিব এই বৈঠকত।
  • অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হ’ব বৈঠক।‍
  • অন্যান্য বহু বিষয় আলোচনা কৰাৰ সম্ভাৱনা এই বৈঠকত।
  • মিত্ৰজোঁটেৰে পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীৰ্ণ নহোৱাৰ সম্ভাৱনা অগপৰ।

The post পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু অগপ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2DdOyNs
via IFTTT

Comments