আফগানিস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত ২০ সৈনিক

  • আফগানিস্তানৰ ফৰাহ সীমান্তত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা ।
  • আফগানিস্তানৰ সংবাদমাধ্যমৰ মতে এই দুৰ্ঘটনাত মৃত্যু হৈছে ২০ জন সৈনিক।
  • আফগানিস্তান সেনাবাহিনীৰ ৩ জন উচ্চপদস্থ বিষয়াও মৃত্যু হৈছে দুৰ্ঘটনাটোত।
  • ঘটনাস্থলীলৈ ৰাওনা হৈছে সৈন্যবাহিনীৰ উদ্ধাৰকাৰী দল।

The post আফগানিস্তানত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনা, নিহত ২০ সৈনিক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2PtYZ5g
via IFTTT

Comments