জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনত ১৬টা সংগঠনৰ ধৰ্ণা কাৰ্যসূচী

  • জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনত ধৰ্ণা কাৰ্যসূচী।
  • সকলো যাত্ৰীবাহী ৰে’ল ধলাইবিল ষ্টেচনত ৰখোৱাৰ দাবী।
  • ধৰ্ণা কাৰ্যসূচীত অংশ ১৬টা সংগঠনৰ।
  • ধৰ্ণাত কাৰ্যসূচী জামুগুৰি আঞ্চলিক ছাত্ৰ সন্থা, মিছিং ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, আটছা আৰু এবছুকে ধৰি ১৬টা জনগোষ্ঠীয় সংগঠনৰ।
  • শীঘ্ৰে চৰকাৰক ব্যৱস্থা লোৱাৰ দাবী জনাইছে সংগঠনকেইটাই।

The post জামুগুৰিহাটৰ ধলাইবিল ৰে’ল ষ্টেচনত ১৬টা সংগঠনৰ ধৰ্ণা কাৰ্যসূচী appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2zeL2On
via IFTTT

Comments