মৰাণত যুৱতীক অপহৰণ, গ্ৰেপ্তাৰ এজন

  • মৰাণৰ কচুমাৰিত যুৱতীক অপহৰণ।
  • অপহৰণৰ অভিযোগ দেবা তাঁতী নামৰ লোকজনৰ বিৰুদ্ধে।
  • অপহৃত কিশোৰীগৰাকীৰ বয়স ১৬ বছৰ।
  • যুৱতীগৰাকীক অপহৰণ কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দেবা তাঁতী নামৰ লোকজনক।
  • মৰাণহাট আৰক্ষীয়ে হিংৰীজানৰ পৰা গ্ৰেপ্তাৰ কৰে দেবা তাঁতীক।

The post মৰাণত যুৱতীক অপহৰণ, গ্ৰেপ্তাৰ এজন appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Oh4K1k
via IFTTT

Comments