ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কুমাৰ বিষ্টৰ শপতগ্ৰহণ

- মঙলবাৰে ন্যায়াধীশ বিজয় কুমাৰ বিষ্টৰ শপতগ্ৰহণ সম্পন্ন ।
- ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত ললে বিষ্টে।
- ইয়াৰ পূৰ্বে উত্তৰাখণ্ড উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ আছিল বিষ্ট।
- ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ কুমাৰ অগ্নিহোত্ৰীৰ অৱসৰৰ পিছতে খালী হৈ আছিল চিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদ।
- ৩১ জুনত অৱসৰ গ্ৰহণ কৰিছিল সতীশ কুমাৰ অগ্নিহোত্ৰীয়ে।
The post ছিকিম উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় কুমাৰ বিষ্টৰ শপতগ্ৰহণ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qikJ5T
via IFTTT
Comments
Post a Comment