লখিমপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

- লখিমপুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্য।
- জিলাখনৰ হাৰমতীত উদ্ধাৰ হৈছে এটা মৃতদেহ।
- পুখুৰীত উপঙি থকা অৱস্থাত একাংশ লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো।
- স্থানীয় লোকে মৃতদেহটো প্রত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।
- ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
- বৰ্তমানলৈকে উদ্ধাৰ হোৱা মৃত লোকজনৰ পৰিচয়।
The post লখিমপুৰত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2qkl9sv
via IFTTT
Comments
Post a Comment