জাতীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীক আলোচনাত বহাৰ দাবী অখিল গগৈৰ

  • ৬০ টা সংগঠনৰ যৌথ সংবাদমেল ।
  • জাতিক বচাব লাগিলে আমি নিজেই ওলাই আহিব লাগিব – সংবাদমেলত এই মন্তব্য কৃষক নেতা অখিল গগৈৰ।
  • বিজেপি আৰু আৰএছএছক সমালোচনা কৰি অখিল গগৈয়ে কয় – মুখ্যমন্ত্ৰী সোণোৱাল নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত আছে। জাতিৰ সৈতে নাই মুখ্যমন্ত্ৰী সোণোৱাল।’
  • জাতীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীক আলোচনাত বহাৰো দাবী কৃষক নেতাজনৰ।
  • এনআৰছিত এজনো অসমীয়া বাদ পৰিব নোৱাৰিব, শিলাদিত্য দেৱৰ দৰে মানুহক অসম গতাবলৈ অসমীয়াৰ জন্ম হোৱা নাই বুলিও মন্তব্য অখিল গগৈৰ। ‍

The post জাতীয় সংগঠনৰ সৈতে মুখ্যমন্ত্ৰীক আলোচনাত বহাৰ দাবী অখিল গগৈৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2CQ2QCQ
via IFTTT

Comments