অখিল গগৈক মৌলবাদী আখ্যা বিজেপি নেতাৰ

- অখিল গগৈক মৌলবাদী, সুবিধাবাদী আখ্যা বিজেপি নেতা মমিনুল আৱালৰ।
- ‘অখিল গগৈৰ ভিন্ন ৰূপ আছে। বিভিন্ন সময়ত ৰাইজে দেখি আহিছে।’
- ‘অখিল গগৈ বেদখলকাৰীৰ পক্ষত থাকে।’
- মঙলবাৰে সংবাদমেলত অখিল গগৈক সমালোচনা বিজেপি নেতা মমিনুল আৱালৰ।
- সত্ৰৰ বেদখলক লৈ অখিল গগৈয়ে কেতিয়াও মাত মতা নাই বুলিও নেতাজনে কটাক্ষ কৰে অখিল গগৈক।
- অসম চৰকাৰে ৰাইজৰ বাবে কাম কৰি আছে।
- চৰকাৰে জনসাধাৰণৰ হিত চিন্তা কৰে।
- বাংলাদেশী মূলৰ মানুহৰ বিৰুদ্ধে অখিল গগৈয়ে কথা নকয় বুলিও কটাক্ষ মমিনুল আৱালৰ।
The post অখিল গগৈক মৌলবাদী আখ্যা বিজেপি নেতাৰ appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2SvrX3d
via IFTTT
Comments
Post a Comment