এজাহাৰ দিবলৈ যোৱা মহিলাক ধন দাবীৰ অভিযোগ, নগাঁৱৰ ননৈ আৰক্ষীচকীত উত্তেজনা

- এজাহাৰ দিবলৈ যোৱা মহিলাৰ পৰা ধন লোৱাৰ অভিযোগ ননৈ আৰক্ষীৰ বিৰুদ্ধে।
- নিশা নগাঁৱৰ ৰনাথলীত উত্তেজনা।
- শতাধিক মহিলাই আবদ্ধ কৰে আৰক্ষীক।
- আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ ৰনাথলীৰ মহিলাৰ।
- গাওঁখনৰ এজন যুৱকৰ বিৰুদ্ধে সন্ত্ৰাস চলোৱাৰ অভিযোগ।
- পৰাণ বৰা নামৰ যুৱকজনে মহিলাক অশ্লীল ইংগিত দিয়াৰ অভিযোগ।
- ধন নিদিলে যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দিবলৈ যোৱা মহিলাৰ গোচৰ পঞ্জীয়ন নকৰাৰ অভিযোগ ননৈ আৰক্ষীৰ বিৰুদ্ধে।
The post এজাহাৰ দিবলৈ যোৱা মহিলাক ধন দাবীৰ অভিযোগ, নগাঁৱৰ ননৈ আৰক্ষীচকীত উত্তেজনা appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2yQ7pdJ
via IFTTT
Comments
Post a Comment