এন ডি এফ বিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ বৈঠক

- ২ নৱেম্বৰত এন ডি এফ বিৰ সৈতে অনুষ্ঠিত হ’ব ভাৰত চৰকাৰৰ বৈঠক।
- এন ডি এফ বি (পি) আৰু ৰঞ্জন দৈমাৰীৰ গোটৰ মাজত অনুষ্ঠিত হ’ব বৈঠক।
- শেষ পৰ্যায়ত ভাৰত চৰকাৰ আৰু এন ডি এফ বিৰ আলোচনা।
- মাধ্যস্থতাকাৰী এ বি মাথুৰৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব বৈঠকখন।
The post এন ডি এফ বিৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ বৈঠক appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.
from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2OVwn5j
via IFTTT
Comments
Post a Comment