বিশ্ব বেংকৰ তালিকাত বানিজ্যিকভাৱে সফল দেশৰ ৭৭ সংখ্যক স্থানত ভাৰত

  • বিশ্ব বেংকৰ ‘ইএছ অৱ ডুয়িং বিজনেছ’ৰ সুচাংকৰ তালিকাত ভাৰত।
  • ৭৭ সংখ্যক স্থানত উপনীত ভাৰত।
  • বিশ্ব ব্যনিজ্যত ভাৰতে পেলোৱা প্রভাৱৰ ভিত্তিত শীৰ্ষ ১০০ৰ ভিতৰত স্থান লাভ ভাৰতৰ।
  • বিগত বৰ্ষতকৈ ৩৩টা ৰেংক আগুৱাই আহিবলৈ সক্ষম হৈছে ভাৰত।
  • বিগত বৰ্ষত ভাৰত আছিল এই তালিকাৰ ১০০ সংখ্যক স্থানত।

The post বিশ্ব বেংকৰ তালিকাত বানিজ্যিকভাৱে সফল দেশৰ ৭৭ সংখ্যক স্থানত ভাৰত appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2JsMJMI
via IFTTT

Comments