মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড

  • মঙলবাৰে মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড।
  • বান্দ্ৰা অগ্নিনিৰ্বাপন কেন্দ্ৰৰ সন্মুখত এই অগ্নিকাণ্ড।
  • লালমাটি বস্তিত এই অগ্নিকাণ্ড সংঘটিত হয়।
  • এলেকাটোৰ কেবাটাও বাসগৃহত বিয়পি পৰে জুই।

  • অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত।
  • ঘটনাস্থলীত উপস্থিত ৯খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী।
  • বৰ্তমানলৈ কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই।

The post মুম্বাইত বিধ্বংসী অগ্নিকাণ্ড appeared first on Asomiya Pratidin - অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal.



from Asomiya Pratidin – অসমীয়া প্ৰতিদিন | Highest Circulated Assamese News Paper & News Portal https://ift.tt/2Q0ySQ5
via IFTTT

Comments